Pages

Monday 20 July 2015

দিল্লীৰ কথা (১)

দিল্লীৰ দোকানীৰ জিভা কিমান আকৰ্ষণীয় কৈছো আগতে ইয়াতেও কৈছো। ভতিজীক হাতী এটা লাগে। কথাবোৰ তাইৰ ফুটিছে বেছিকৈয়ে ফোন কৰিলেই কয়, খুআ হাতী এটা আনিবা গতিকে যোৱা কেইবাদিন ধৰি তাইৰ কাৰণে হাতী এটা বিচাৰি চলাথ কৰিছোঁ, পোৱা নাই আজি পুতলাৰ দোকান এখনলৈ গৈ হাতী বিচাৰি হোৱা কথোপকথন এনেধৰণৰঃ
মইঃ ভাইয়া, হাথী চাহিয়ে থা এক...মিলেগা ?
দোকানীঃ বেইথিয়ে ভায়া মিল যায়েগা দেখতা হুঁ
দুই মিনিট পিছত 
দোকানীঃ 'ৰি ভাইয়া হাথী খতম ' গয়া
মইঃ থিক হেঁ, ' বাত নেহি চলতা হুঁ
দোকানীঃ ৰুকিয়ে ভাইয়া, আপ বন্দৰ লে যায়ইয়ে হাথী চে অচ্ছা মিলেগা  
মইঃ নেহি ভতিজীকো চিৰ্ফ হাথী হী চাহিয়ে
দোকানীঃ আৰে ভাইচাব হাথীচে বন্দৰ জ্যাদা স্মাৰ্ট হেঁ...লে '...দেখ ' একবাৰ
মইঃ (কোনোমতে হাঁহি ৰখাই) আৰে স্মাৰ্ট কী বাত নেহি ...উচে চিৰ্ফ হাথী হী চাহিয়ে...
দোকানীঃ আৰে বচ্ছি হেঁ ওনক' ক্যা মালুম হেঁ হাথী ক্যা হেঁ বন্দৰ ক্যা হেঁ... 
মইঃ নেহি ' বাত অলগ হেঁ লেকিন ওচনে মাংগি হেঁ না...
দোকানীঃ ভাইচাব এইচে বাতে কৰ ৰহে ' যেইচে ভতিজীনে খেলনে কে লিয়ে নেহি, হাথী মাংগী হেঁ , ওচকে চাথ চাদি মানানে অউৰ আপ বন্দৰ লে যাওগে ' নাৰাজ ' যায়েগী জিন্দেগীভৰ...
বলে নোৱাৰিলোঁ কথাৰে হাতী কিনিবলে' গৈ বান্দৰ এটাকে লৈ উভতিলোঁ হয়েইতো !!! হাতীতকৈ বান্দৰ স্মাৰ্ট

No comments:

Post a Comment